অসম

assam

ETV Bharat / bharat

মুম্বাইৰ ক্ৰউফৰ্ড বজাৰত বিধ্বংসী অগ্নিকাণ্ড

মুম্বাইৰ ক্ৰউফৰ্ড বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ উক্ত ঘটনাটো অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী লোক ৷

By

Published : Jun 11, 2020, 7:52 PM IST

major fire broke out in crawford market, Mumbai.
মুম্বাইৰ ক্ৰউফৰ্ড বজাৰত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, 11 জুনঃ মুম্বাইৰ ক্ৰউফৰ্ড বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নি কাণ্ডত জাহ যায় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

মুম্বাইৰ ক্ৰউফৰ্ড বজাৰত বিধ্বংসী অগ্নিকাণ্ড

উল্লেখ্য যে,মুম্বাইৰ চট্টপট্টি শিৱাজী টাৰমিনাজ নামৰ ৰে'লৱে ষ্টেচনৰ নাতি দুৰৈত থকা ক্ৰউফৰ্ড বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই ভয়ংকৰ অগ্নিকাণ্ডটোত জাহ যায় কেইবাখনো পাঁচলি,ফলমূলৰ দোকানৰ লগতে মাংসৰ দোকান ৷ ইতিমধ্যে 10 খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- ক্ষতিপূৰণৰ ব্যৱস্থা বাঘজানৰ ভুক্তভোগীলৈ:সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details