অসম

assam

By

Published : Jul 9, 2020, 8:27 AM IST

ETV Bharat / bharat

পশ্চিম দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

গুদামটোত বৈদ্যুতিক আৰু চিকিৎসা সামগ্ৰী মজুত ৰখা হৈছিল ৷

Major fire breaks out in West Delhi warehouse
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লী, 9 জুলাই :পশ্চিম দিল্লীৰ মুডকা অঞ্চলৰ এটা গুদামত বুধবাৰে নিশা 10.23 বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপন বাহিনীৰ 35 খন গাড়ী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই ৷

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ কথা জানিব পৰা হোৱা নাই ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ গুদামটোত বৈদ্যুতিক আৰু চিকিৎসা সামগ্ৰী মজুত ৰখা হৈছিল ৷

লগতে পঢ়ক :সন্ত্ৰাসবাদী আক্ৰমণত নিহত কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি

ABOUT THE AUTHOR

...view details