অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ - জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

বিগত কেইবামাহৰ পৰা জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

Major encounter breaks out in Jammu and Kashmir's Kulgam
জম্মু কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

By

Published : Aug 9, 2020, 7:42 AM IST

জম্মু কাশ্মীৰ, 9 আগষ্ট : জম্মু কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ সিঘানপুৰত দেওবাৰে পুৱা সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ সম্ভেদ বিশেষ সূত্ৰৰ পৰা লাভ কৰাৰ পাছত সেনাই অভিযান আৰম্ভ কৰে । বৰ্তমান অঞ্চলটোত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে ৷

ABOUT THE AUTHOR

...view details