'হা মে ভী চৌকিদাৰ হু'- বুকু ফিন্দাই আহিছে মোডী - বিজেপি
মুকলি হ'ল বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ গীত ৷
!['হা মে ভী চৌকিদাৰ হু'- বুকু ফিন্দাই আহিছে মোডী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2707015-790-252ec63b-300a-4af6-b847-5db937f0b357.jpg)
etv bharat
নিউজ ডেস্ক,16 মাৰ্চ : চকীদাৰৰ ৰূপত শাসনৰ গাদীত উপবিষ্ট হোৱাৰ মানসিকতাৰে পুনৰ আহিছে মোডী৷ এইবাৰ মুকলি হ'ল লোকসভা নিৰ্বাচনৰ প্ৰচাৰ গীত৷ 'হা মে ভী চৌকিদাৰ হু' শীৰ্ষক গীতেৰে নিৰ্বাচনী প্ৰচাৰৰ 'কিক ষ্টাৰ্ট' কৰিলে মোডীয়ে৷
modi campaign