অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰঃ লাটুৰৰ হটস্পট এলেকা উদগিৰত COVID-19 আক্ৰান্তৰ সংখ্যা 13 লৈ বৃদ্ধি - দ্ৰোণ কেমেৰাৰ ব্যৱহাৰ

অঞ্চলটোত লক ডাউন অধিক কঠোৰ কৰিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰিছে দ্ৰোণ কেমেৰা । অঞ্চলটোৰ পৰিস্থিতি সম্পৰ্কে শনিবাৰে মন্ত্ৰী সঞ্জয় বাঞ্চুৰেৰ এক সভাও অনুষ্ঠিত কৰিছিল ।

লাটুৰৰ হটস্পট এলেকা
লাটুৰৰ হটস্পট এলেকা

By

Published : May 5, 2020, 2:16 PM IST

নিউজ ডেস্ক, 5 মে': মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ অন্তৰ্গত হটস্পট এলেকা উদগিৰত বৃদ্ধি হৈয়েই আছে COVID-19 আক্ৰান্তৰ সংখ্যা । এলেকাটোত COVID-19 আক্ৰান্ত লোকৰ সংখ্যা সোমবাৰে 13 জনলৈ বৃদ্ধি পাইছে ।

সোমবাৰে অঞ্চলটোৰ পৰা 28 জন লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে যায় আৰু তিনিজনৰ নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

উল্লেখ্য যে, অঞ্চলটোৰ পৰিস্থিতি সম্পৰ্কে শনিবাৰে মন্ত্ৰী সঞ্জয় বাঞ্চুৰেৰ অধ্যক্ষতাত এক প্ৰৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল ।

ইপিনে অঞ্চলটোত লক ডাউন কঠোৰ কৰিবলৈ আৰক্ষীয়ে দ্ৰোণ কেমেৰা ব্যৱহাৰ কৰিছে ।

ABOUT THE AUTHOR

...view details