অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় শিক্ষানীতি কেনে হোৱাতো উচিত ?

কি আছে ৰাষ্ট্ৰীয় শিক্ষানীতিত ? ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন কৰে মেঘালয়ৰ সাংসদ ৱাংচুক চিয়েমে ৷ সকলো ৰাজ্যৰ আৰ্থসামাজিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ লগতে কেবাটাও পৰামৰ্শ আগবঢ়ায় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে

ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন

By

Published : Jul 31, 2019, 7:33 PM IST

  • ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন মেঘালয়ৰ সাংসদ ৱাংচুক চিয়েমৰ
  • সকলো ৰাজ্যৰ আৰ্থসামাজিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰৱৰ্তন কৰিব লাগে ৰাষ্ট্ৰীয় শিক্ষানীতি
  • হিন্দী আৰু ইংৰাজী ভাষাৰ সমানেই স্থানীয় ভাষাক গুৰুত্ব দিয়াৰ বাবে পৰামৰ্শ
  • ইতিহাস,সংস্কৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ প্ৰসংগ উত্থাপন
  • ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ছাত্ৰ সংগঠন সমূহৰ মাজত মুকলি বিতৰ্ক অনুষ্ঠিত কৰিব লাগে
    ৰাষ্ট্ৰীয় শিক্ষানীতি কেনে হোৱাতো উচিত ?

ABOUT THE AUTHOR

...view details