ভূপাল , 12 মে' : মধ্যপ্ৰদেশত ইভিএম ঘৰলৈ নি নিলম্বিত হ'ল এ কে শ্ৰীবাস্তৱ নামৰ এগৰাকী নিৰ্বাচনী বিষয়া ৷ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ইভিএমটো ৷
ঘৰলৈ লৈ গ'ল ইভিএমঃ নিলম্বিত নিৰ্বাচনী বিষয়া - নিৰ্বাচন
চেক্টৰ সহকাৰী অভিযন্তা এ কে শ্ৰীবাস্তৱে নিয়ন্ত্ৰণ কক্ষৰ পৰা ইভিএম গ্ৰহণ কৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱৰ্তে লৈ যায় নিজৰ ঘৰলৈ ৷ বিষয়াজনৰ নিলম্বন কৰাৰ লগতে ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰা হয় ৷ এই বিষয়ে ইতিমধ্যে নিৰ্বাচন আয়োগক অৱগত কৰোৱা হৈছে ৷
শনিবাৰে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি চেক্টৰ সহকাৰী অভিযন্তা এ কে শ্ৰীবাস্তৱে নিয়ন্ত্ৰণ কক্ষৰ পৰা ইভিএম গ্ৰহণ কৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱৰ্তে লৈ যায় নিজৰ ঘৰলৈ ৷
বিষয়াজনৰ নিলম্বন কৰাৰ লগতে ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰা হয় ৷ এই বিষয়ে ইতিমধ্যে নিৰ্বাচন আয়োগক অৱগত কৰোৱা হৈছে ৷
দেওবাৰে গুণা লোকসভা সমষ্টিত দেওবাৰে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ গুণা সমষ্টিত বিজেপিৰ কে পি যাদৱ আৰ কংগ্ৰেছৰ জ্যোতিৰাদিত্য সিন্ধিয়াই আগবঢ়াইছে প্ৰতিদ্বন্দিতা ৷