অসম

assam

By

Published : Jun 14, 2020, 2:24 PM IST

ETV Bharat / bharat

মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ স্বাস্থ্য উন্নত : হাস্পতাল

মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত ৷ বৰ্তমান মেদান্ত হাস্পতালৰ আইচিইউত আছে টেণ্ডন ৷

বৰ্তমান মেদান্ত হাস্পতালৰ আইচিইউত আছে টেণ্ডন
মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ স্বাস্থ্য উন্নত : হাস্পতাল

নেশ্যনেল ডেস্ক, 14 জুন : মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত আৰু তেওঁ বৰ্তমান মেদান্ত হাস্পতালৰ আইচিইউত আছে বুলি জানিবলৈ দিয়া হৈছে ৷ 85 বৰ্ষীয় টেণ্ডনক শনিবাৰে জ্বৰ আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰা হৈছিল ৷

মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ স্বাস্থ্য উন্নত : হাস্পতাল

পূৰ্বে তেওঁৰ কৰ'ণা ভাইৰাছ পৰীক্ষণ কৰা হৈছিল যদিও নেগেটিভ পোৱা গৈছিল ৷ মেদান্ত হাস্পতালৰ অধ্যক্ষ ডঃ ৰাকেশ কাপুৰে এক নিউজ এজেন্সীক কয়, "তেওঁৰ স্বাস্থ্য উন্নত ৷ নিশা তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ বৰ্তমান তেওঁ আইচিইউত ভৰ্তি হৈ আছে যদিও তেওঁ সুস্থ ৷"

লগতে পঢ়ক : 'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে

ABOUT THE AUTHOR

...view details