অসম

assam

ETV Bharat / bharat

ড্ৰাগ্ছ সহ গ্ৰেপ্তাৰ বিজেপি সাংসদৰ পুত্ৰ

আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ

By

Published : Mar 14, 2019, 11:49 AM IST

ড্ৰাগ্ছ সহ গ্ৰেপ্তাৰ বিজেপি সাংসদৰ পুত্ৰ

নিউজ ডেস্ক , ১৪ মাৰ্চ :মধ্যপ্ৰদেশত বুধবাৰে বিজেপি ৰাজ্য সভাৰ সাংসদ চম্পতিয়া উইকৰ পুত্ৰ সত্যেন্দ্ৰ সহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় । হেৰোইন (ড্ৰাগ্ছ) ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক ।

আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে ৩.৩৮০ গ্ৰাম ওজনৰ ৪১ পেকেট ড্ৰাগ্ছ জব্দ কৰে । ধৃত লোক কেইজন ক্ৰমে সত্যেন্দ্ৰ , শ্বাহৰুখ আৰু অভিষেক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details