- কৰ'ণাৰ বাবে স্থগিত থাকিব মধ্যপ্ৰদেশ বিধানসভা
- অহা 27 মাৰ্চলৈকে স্থগিত থাকিব বিধানসভাৰ সকলো কাম কাজ
- নতুনকৈ গঠন হোৱা বিজেপি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
- কমল নাথৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ বিফল হৈছিল সংখ্যাগৰিষ্ঠ প্ৰমাণ কৰাত
- বিজেপিয়ে 112 টা আস্থা ভোট লাভ কৰি গঠন কৰে চৰকাৰ
- ইয়াৰ লগে লগে অৱসান ঘটে 15 মহীয়া কংগ্ৰেছ চৰকাৰখনৰ
- বিজেপিৰ শিৱৰাজ সিং চৌহানৰ নেতৃত্বত মধ্যপ্ৰদেশত গঠন কৰে নতুন চৰকাৰ
- জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগৰ পিচতে একপ্ৰকাৰ ভংগ হৈছিল কংগ্ৰেছ চৰকাৰ
27 মাৰ্চলৈকে স্থগিত মধ্যপ্ৰদেশ বিধানসভা - MADHAY PRADESH ASSEMBLY SUSPENDED FOR 27TH MARCH ETV BHARAT NEWS

27 মাৰ্চলৈকে স্থগিত মধ্যপ্ৰদেশ বিধানসভা
13:04 March 24
কৰ'ণা আতংকঃ 27 মাৰ্চলৈকে স্থগিত থাকিব মধ্যপ্ৰদেশ বিধানসভাৰ সকলো কাম কাজ
Last Updated : Mar 24, 2020, 2:42 PM IST
TAGGED:
মধ্যপ্ৰদেশ বিধানসভা