অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত কেইটামান টকাৰ বাবে গণৰোষত এজন

টকা ধাৰলৈ লৈ উভতাই নিদিয়াৰ ফলতে গাঁওখনৰ লোকসকলে ব্যক্তিজনৰ ওপৰত ক্ষুব্ধ হৈ চুলি-দাৰি কাটি দিয়াৰ লগতে খুটাত বান্ধি ৰাখে লোকজনক ৷

By

Published : May 23, 2019, 7:16 AM IST

উত্তৰ প্ৰদেশত কেইটামান টকাৰ বাবে গণৰোষত পৰিল এজন

নিউজ ডেস্ক,23 মেঃ উত্তৰ প্ৰদেশৰ মথুৰাস্থিত অডিং গাঁৱত কেইটামান টকাৰ বাবে গণৰোষৰ বলি হ'ল এজন লোক ৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকে দিয়া অভিযোগ অনুসৰি টকা ধাৰলৈ লৈ উভতাই নিদিয়াৰ ফলতে গাঁওখনৰ লোকসকলে ব্যক্তিজনৰ ওপৰত ক্ষুব্ধ হৈ চুলি-দাৰি কাটি দিয়াৰ লগতে খুটাত বান্ধি ৰাখে লোকজনক ৷

উত্তৰ প্ৰদেশত কেইটামান টকাৰ বাবে গণৰোষত পৰিল এজন

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ব্যক্তিজনক গণৰোষৰ পৰা ৰক্ষা কৰে ৷ ইয়াৰোপৰি এই ঘটনাৰ লগত জৰিত লোকসকলক শীঘ্ৰে আটক কৰা হ'ব বুলি সাংবাদিকক জনায় ৷

ABOUT THE AUTHOR

...view details