নিউজ ডেস্ক ,১১ জুনঃপশ্চিমবংগ আৰক্ষীয়ে ১৫ লাখ টকাৰ মূল্যৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ কৰে আলিপুৰদুৱাৰ জিলাত এজন ব্যক্তিসহ বুধবাৰে ।
পশ্চিমবংগত ১৫ লাখ টকাৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ - পশ্চিমবংগত ১৫ লাখ টকাৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ
ভূটানলৈ ১৫ লাখ টকীয়া অবৈধ নিচাযুক্ত সামগ্ৰী নি থকাৰ সময়তে আৰক্ষীয়ে আলিপুৰদুৱাৰ আটক কৰে গাড়ীসহ চালক জনক ।
![পশ্চিমবংগত ১৫ লাখ টকাৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ llegal-cigarettes-worth-rs-15-lakh-seized-in-bengal-one-held](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:33-wb-alp-04-09062020-recover-cigarette-arrest-1-7203916-09062020194614-0906f-1591712174-818.jpg)
পশ্চিম বংগত ১৫ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ
জানিব পৰামতে ব্যক্তিজনে ভাৰত ভূটান সীমান্তই দি জাইগাওঁত প্ৰৱেশ কৰিবলৈ ধৰোতে হাতে লোতে ধৰা পৰে বুধবাৰে আৰক্ষীৰ তালাচীত। নিচাযুক্ত সামগ্ৰী খিনি গাড়ীৰে লৈ অহা চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সামগ্ৰী খিনি ভূটানলৈ নি আছিল বুলি চালকজনে আৰক্ষীৰ আগত সদৰি কৰিছে । ইপিনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে চাওকঃ ভাৰতৰ বৃহৎ গেছ নিৰ্গমনৰ ঘটনাসমূহ...