নিউজ ডেস্ক, 23 জুলাই: 7 জুলাইৰ পৰা অস্থিৰ হৈ থকা এইচ ডি কুমাৰাস্বামী চৰকাৰৰ অৱশেষত ভাগ্য নিৰ্ধাৰণ হ’ল ৷
আস্থাভোটত কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখন অসফল হ’ল ৷
নিউজ ডেস্ক, 23 জুলাই: 7 জুলাইৰ পৰা অস্থিৰ হৈ থকা এইচ ডি কুমাৰাস্বামী চৰকাৰৰ অৱশেষত ভাগ্য নিৰ্ধাৰণ হ’ল ৷
আস্থাভোটত কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখন অসফল হ’ল ৷
কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখনে আস্থাভোটত লাভ কৰিলে 99 টা ভোট আনহাতে বিজেপিয়ে লাভ কৰে 105 টা ভোট ৷ 14 মাহ পিছত পতন হয় কুমাৰাস্বামী চৰকাৰখনৰ ৷
আস্থাভোটত পৰাজিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী কুমাৰাস্বামীয়ে ৰাজ্যপাললৈ প্ৰেৰণ কৰে তেওঁৰ পদত্যাগ পত্ৰ আৰু ৰাজ্যপালে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৷