নিউজ ডেস্ক, ১২ জুনঃ হিমাচল প্ৰদেশৰ কুল্লুত ৫৩ লাখ টকাৰ মূল্যৰ ৪২.০৫ কেজি গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । বিগত ১২ বছৰত হিমাচল প্ৰদেশত এয়া বৃহৎ গাঞ্জা উদ্ধাৰৰ ঘটনা ।
হিমাচল প্ৰদেশত ৫৩ লাখ টকাৰ গান্জাসহ এজন গ্ৰেপ্তাৰ - কুল্লোত
বৃহস্পতিবাৰে ৪২.০৫ কেজি গাঞ্জাসহ এজন ব্যক্তি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কল্লোৰ পৰা ৫৩ লাখ টকাৰ মূল্য গান্জা ভৰ্তি ট্ৰাকসহ ।
হিমাচল প্ৰদেশত ৫৩ লাখ টকা মূল্যৰ গান্জাসহ এজন ব্যক্তি গ্ৰেপ্তাৰ
আনহাতে অভিযুক্ত লিলাধৰে নিজৰ ঘৰৰ পৰা ট্ৰাকেৰে গাঞ্জাখিনি নি থকা অৱস্থাতে তালাছীৰ সময়ত বানঝাৰত ধৰা পৰে ৷ সমগ্ৰ বিষয়ৰ ওপৰত কুল্লুৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে কয় যে, NDPSৰ অধীনত গোছৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে । ইপিনে বিগত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ২১৮ কেজি গাঞ্জা আৰক্ষীয়ে সমগ্ৰ কুল্লু অঞ্চলত জব্দ কৰিছে ।
লগতে চাওকঃ ছেনচেক্স ১২০০ পইণ্ট হ্ৰাসেৰে মুকলি ভাৰতীয় শ্বেয়াৰ বজাৰ