- অৰুণাচল প্ৰদেশত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ
- ইটানগৰৰ ইন্দিৰাগান্ধী পাৰ্কৰ সমীপৰ দৰ্জী খাণ্ডু কনভেনচন হলত শপত গ্ৰহণ পেমা খাণ্ডুৰ
- ৰাজ্যখনত শিক্ষা, স্বাস্থ্য আৰু নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ খাণ্ডুৰ
- অৰুণাচল প্ৰদেশক সম্পূৰ্ণ দুৰ্নীতিমুক্ত ৰাজ্য হিচাবে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ
- পেমা খাণ্ডুৰ লগত উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চাউনা মেইনৰ
- ৰাজ্যপাল ব্ৰিগ্ৰেডিয়াৰ ডঃ বি ডি মিশ্ৰই শপত বাক্য পাঠ কৰায় দুয়োকে
- অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতে অুণাচল পূব সমষ্টিৰ সাংসদ কিৰেন ৰিজিজু অৰুণাচলৰ দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত পেমা খাণ্ডুৰ
অৰুণাচলৰ দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত পেমা খাণ্ডুৰ - Etv Bharat
অৰুণাচল প্ৰদেশক সম্পূৰ্ণ দুৰ্নীতি মুক্ত ৰাজ্য হিচাবে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ ৷

অৰুনাচল প্ৰদেশত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ পেমা খাণ্ডুৰ
Last Updated : May 30, 2019, 11:51 AM IST