অসম

assam

ETV Bharat / bharat

কেৰালা কংগ্ৰেছত ৩৪ গৰাকী তৃতীয় লিংগৰ লোকৰ সদস্য পদ গ্ৰহণ

কেৰালা কংগ্ৰেছৰ ৰাজ্য সমিটিৰ ৫০ জন সদস্যৰ ভিতৰত ৩৪ গৰাকী তৃতীয় লিংগৰ লোকক সদস্য পদ প্ৰদান কৰে দলটোৱে।

By

Published : Jun 11, 2020, 3:44 PM IST

Transgenders' wing
Kerala Congress inaugurates its Transgenders' wing

নিউজ ডেস্ক, 11 জুনঃ কেৰালাৰ টিৰুবন্থপুৰমত বুধবাৰে কংগ্ৰেছে শুভাৰম্ভণি কৰে তৃতীয় লিংগৰ শাখা (Transgenders' wing)। দলটোৰ শীৰ্ষ নেতৃত্ত্বৰ উপস্থিতিত তৃতীয় লিংগৰ লোকসকলক প্ৰদান কৰা হয় সদস্যপদ । টিৰুৱনন্থপুৰমৰ কেপিচিচি হলত অনুষ্ঠিত হয় কংগ্ৰেছৰ এই সদস্য ভৰ্তি অনুস্থান। কেৰালা কংগ্ৰেছে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা।

কেৰালা কংগ্ৰেছত ৩৪ গৰাকী তৃতীয় লিংগৰ লোকৰ সদস্য পদ গ্ৰহণ

কংগ্ৰেছৰ ৰাজ্য সমিটিৰ ৫০ জন সদস্যৰ ভিতৰত ৩৪ গৰাকী তৃতীয় লিংগৰ লোকক সদস্য পদ প্ৰদান কৰে। দলটোৰ সদস্য পদ গ্ৰহণ কৰি এগৰাকী তৃতীয় লিংগৰ সদস্যই এই কথা উল্লেখ কৰে।

লগতে চাওকঃ কাঠফলা মিলৰ পৰা মাহিলী হিচাপত কমিচন সংগ্ৰহ কৰে বন বিভাগে !

ABOUT THE AUTHOR

...view details