নিউজ ডেস্ক, ৭ জুন : এন আই এৰ জিম্বাত থকা কাশ্মীৰি মহিলাৰ দেহত কোভিড-১৯ ৰ উপস্থিতি । তৎকালীনভাৱে ন্যায়ধীশে আক্ৰান্ত মহিলা গৰাকীক লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়ত ভৰ্তী কৰাৰ নিৰ্দেশ জাৰি কৰে ।
বিৱৰণ অনুসৰি, আক্ৰান্ত মহিলা গৰাকী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ প্ৰদৰ্শনৰ বাবে নিয়াৰ জিম্বাত আছিল ।