অসম

assam

By

Published : Sep 12, 2019, 4:52 PM IST

ETV Bharat / bharat

বিচ্ছিন্নতাবাদী আন্দোলন সমগ্ৰ দেশৰ লগতে কাশ্মীৰৰ লোকসকলৰ বাবেও হানিকাৰক: জামিয়াত উলেমা-ই-হিন্দ

বিচ্ছিন্নতাবাদী আন্দোলন সমগ্ৰ দেশৰ লগতে কাশ্মীৰৰ লোকসকলৰ বাবেও হানিকাৰক বুলি মন্তব্য কৰি ভাৰতৰ লগত মিলি থাকিলে কাশ্মীৰৰ লোক সকলৰ সকলো আশা প্ৰত্যাশা ভাৰতে সম্পূৰ্ণ কৰিব বুলি মন্তব্য কৰে জামিয়াত উলেমা-ই-হিন্দে

বিচিন্নতাবাদী আন্দোলন সমগ্ৰ দেশৰ লগতে কাশ্মীৰৰ লোকসকলৰ বাবেও হানিকাৰক: জামিয়াত উলেমা-ই-হিন্দ

কাশ্মীৰ, 12 চেপ্তেম্বৰঃ কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য আগশাৰীৰ মুছলমান সংগঠন জামিয়াত উলেমা-ই-হিন্দৰ ৷ বিচ্ছিন্নতাবাদী আন্দোলন সমগ্ৰ দেশৰ লগতে কাশ্মীৰৰ লোকসকলৰ বাবেও হানিকাৰক বুলি মন্তব্য কৰে সংগঠনটোৱে ৷ সংগঠনটোৱে উল্লেখ কৰা অনুসৰি ভাৰতৰ লগত মিলি থাকিলে কাশ্মীৰৰ লোক সকলৰ সকলো আশা প্ৰত্যাশা সম্পূৰ্ণ কৰিব ভাৰতে ৷ আনহাতে বিচ্ছিন্নতাবাদী সংগঠন সমূহে কাশ্মীৰক ধ্বংস কৰাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি পাকিস্তান আৰু পাকিস্তানী সংগঠনসমূহেই ইয়াৰ বাবে দায়ী বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

বিচিন্নতাবাদী আন্দোলন সমগ্ৰ দেশৰ লগতে কাশ্মীৰৰ লোকসকলৰ বাবেও হানিকাৰক: জামিয়াত উলেমা-ই-হিন্দ

লগতে কাশ্মীৰত মানব অধিকাৰ খৰ্ব নোহোৱাকৈ অঞ্চলটোৰ স্বাভাৱিক পৰিস্থিতি বজাই ৰাখিবলৈ অনুৰোধ কৰে সংগঠনটোৱে ৷উল্লেখযোগ্য যে, অনুচ্ছেদ 370 কাশ্মীৰৰ পৰা উঠাই লোৱাৰ পিছতেই অশান্ত হৈ পৰিছিল কাশ্মীৰ ৷

ABOUT THE AUTHOR

...view details