অসম

assam

By

Published : Aug 12, 2020, 10:41 AM IST

ETV Bharat / bharat

কৰ্ণাটক : বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

কৰ্ণাটকত বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ ঘটনাস্থলীতে মৃত্যু ৷

কৰ্ণাটক
বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 12 আগষ্ট : কৰ্ণাটকত এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত 5 জনকৈ লোকৰ ঘটনাস্থলীতে মৃত্যু হৈছে ৷ এগৰাকী মাতৃৰ সৈতে চাৰিটিকৈ শিশুৰ মৃত্যু হোৱা বুলি প্ৰাৰম্ভিক তথ্যৰ পৰা জানিব পৰা গৈছে ৷

বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

হিৰিয়ুৰ তালুকৰ কে. আৰ. হাল্লী গেটৰ 4 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ৷ বিজয়পুৰৰ পৰা বাংগালোৰলৈ ৰাওনা হৈছিল বাছখন ৷

বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু

লগতে পঢ়ক :101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...

ABOUT THE AUTHOR

...view details