বেংগালুৰু, 23 মাৰ্চঃ কৰ্ণাটকৰ নগৰপালিকা মন্ত্ৰী চি এছ শিবাল্লীৰ দেহাৱসান । শুকুৰবাৰৰ নিশা হৃদজনিত ৰোগত আক্ৰান্ত হৈ বেংগালুৰুৰ হুবলিস্থিত এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মন্ত্ৰীগৰাকীক ৷নিশা 1 বাজি 40 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 56 বছৰ ৷
কৰ্ণাটকৰ নগৰপালিকা মন্ত্ৰী চি এছ শিবাল্লীৰ দেহাৱসান - etv bharat assam
কুমাৰাস্বামীৰ মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী আছিল চি এছ শিবাল্লী

কৰ্ণাটকৰ পৌৰ প্ৰশাসন মন্ত্ৰীৰ দেহাৱসান
বেংগালুৰুৰ ধাৰৱাড জিলাৰ কুণ্ডগোল সমষ্টিৰ পৰা জয়ী হৈ কুমাৰাস্বামীৰ মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী আছিল চি এছ শিবাল্লী মন্ত্ৰীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী ৷