অসম

assam

ETV Bharat / bharat

চাওক কাৰ্গিল যুদ্ধত ভাৰতীয় সেনাই ব্যৱহাৰ কৰা অস্ত্ৰপ্ৰণালী

কাৰ্গিলৰ বিংশতম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় সেনাই প্ৰদৰ্শন কৰে যুদ্ধত ব্যৱহৃত অস্ত্ৰ-প্ৰণালী ৷ জম্মু-কাশ্মীৰৰ ড্ৰাছ ছেক্টৰস্থিত সেনা খেলপথাৰত আয়োজন কৰা হয় এই অস্ত্ৰ প্ৰদৰ্শনীৰ ৷

সেনাৰ অস্ত্ৰ প্ৰদৰ্শনী

By

Published : Jul 27, 2019, 1:03 PM IST

নিউজ ডেস্ক, 27 জুলাইঃ কাৰ্গিল যুদ্ধৰ বিংশতম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় সেনাই আয়োজন কৰে এক বিশেষ অস্ত্ৰ প্ৰদৰ্শনী ৷ 1999 চনৰ যুদ্ধত ভাৰতীয় সেনাই ব্যৱহাৰ কৰা বিশেষ অস্ত্ৰসমূহৰ এই প্ৰদৰ্শনী জম্মু কাশ্মীৰৰ ড্ৰাছ ছেক্টৰস্থিত সেনাৰ খেলপথাৰত আয়োজন কৰা হয় ৷ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে সেনাৰ শীৰ্ষ বিষয়াসকলকে ধৰি ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলে ৷

কাৰ্গিল যুদ্ধত ভাৰতীয় সেনাই ব্যৱহাৰ কৰা অস্ত্ৰপ্ৰণালী

ABOUT THE AUTHOR

...view details