অসম

assam

ETV Bharat / bharat

জয়পুৰ নাহৰগড় বায়লজিকেল পাৰ্কট সিদ্ধাৰ্থ নামৰ সিংহৰ মৃত্যু - lione death

জয়পুৰৰ এখন বায়লজিকেল পাৰ্কট ৫ জুনত বাঘ শাৱক আৰু ৬ জুনত সিদ্ধাৰ্থ নামৰ সিংহটোৰ মৃত্যু হোৱাৰ ঘটনাই চিন্তিত কৰিছে বন বিভাগক ।

atrocities-against-dalits-in-uttar-pradesh-is-shameful-bsp
নাহৰগড বায়লজিকেল পাৰ্কট সিদ্ধাৰ্থৰ মৃত্যু

By

Published : Jun 10, 2020, 9:27 PM IST

নিউজ ডেস্ক,১০জুনঃজয়পুৰ নাহৰগড় বায়লজিকেল পাৰ্কত ৫ জুনত শাৱক নামৰ বাঘটোৰ মৃত্যু হোৱাৰ পিছতে ৬ জুনত সিদ্ধাৰ্থ নামৰ সিংহটোৰ আশ্চৰ্য্য জনকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত সিংহটোৰ বয়ষ আছিল ৮ বছৰ ৪ মাহ ৷ ইপিনে সিদ্ধাৰ্থক ২০১২ চনত জুনাগড়ৰ পৰা অনা হৈছিল পাৰ্ক খনলৈ ।

জয়পুৰ নাহৰগড় বায়লজিকেল পাৰ্কট সিদ্ধাৰ্থ নামৰ সিংহৰ মৃত্যু

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা জুনাগড বায়লজিকেল পাৰ্কলৈ অনাৰ পৰাই পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছিল বুলি জানিবলৈ পৰা গৈছিল।

জয়পুৰ নাহৰগড় বায়লজিকেল পাৰ্কট সিদ্ধাৰ্থ নামৰ সিংহৰ মৃত্যু
কিন্তু কি কাৰণে বাঘ আৰু সিংহটোৰ মৃত্যু হ'ল জানিব পৰা নাই যদিও দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাৰ কাৰণে জন্তু দুটাক চিকিৎসা চলাই আছিল চিকিৎসকে যদিও ৬ জুনত সিদ্ধাৰ্থৰ মৃত্যু হয় । ইতিমধ্যে সিদ্ধাৰ্থ আৰু শাৱক নামৰ বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰি শৰীৰ কিছু অংগ সংগ্ৰহ কৰি চিকিৎসকে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অন্তিম সৎকাৰ কৰে সিংহটোৰ।

লগতে চাওকঃ লক ডাউনে হ্ৰাস কৰিছে মাৰুটি চুজুকী ইণ্ডিয়াৰ উৎপাদন ক্ষমতা

ABOUT THE AUTHOR

...view details