নিউজ ডেস্ক, 11 নৱেম্বৰ: ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ তথা বিত্তমন্ত্ৰী ডা৹ ৰামেশ্বৰ ওৰাংব আক্ৰান্ত হৈছে কৰ‘ণা ভাইৰাছত ৷ তেখেতৰ কৰ‘ণা পৰীক্ষাৰ ফলাফল অহাৰ পাছতে তেখেতক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷ ইয়াৰ পূৰ্বে সোমবাৰে তেখেতৰ ক‘ভিড-19 পৰীক্ষা কৰোৱা হৈছিল, মঙলবাৰে পৰীক্ষাৰ ফলাফল পজিটিভ আহে ৷
কৰ‘ণাত আক্ৰান্ত ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী - বিত্তমন্ত্ৰী ডা৹ ৰামেশ্বৰ ওৰাংব
ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছৰ প্ৰৱক্তা আলোক কুমাৰ দুবেই কয় যে, প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীৰ কৰ‘ণা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে আৰু তেওঁক ইতিমধ্যে চিকিৎসাৰ বাবে মেডিকা হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে ৷
![কৰ‘ণাত আক্ৰান্ত ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী Jharkhand finance minister tests positive for Covid-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9506328-thumbnail-3x2-jharkhnd.jpg)
কৰ‘ণাত আক্ৰান্ত ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী
ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছৰ প্ৰৱক্তা আলোক কুমাৰ দুবেই কয় যে, প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীৰ কৰ‘ণা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে আৰু তেওঁক ইতিমধ্যে চিকিৎসাৰ বাবে মেডিকা হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে ৷
লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ