অসম

assam

ETV Bharat / bharat

জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

By

Published : Dec 13, 2019, 11:19 AM IST

Updated : Dec 13, 2019, 11:43 AM IST

জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল
জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

11:07 December 13

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই বাতিল কৰিলে ভাৰত ভ্ৰমণৰ কাৰ্যসূচী

জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল
  • জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ভাৰত ভ্ৰমণ বাতিল 
  • নিৰাপত্তাজনিত কাৰণত ভ্ৰমণ বাতিল কৰে জাপানৰ প্ৰধান মন্ত্ৰীজনে
  • দেওবাৰে ভাৰতলৈ অহাৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকী
  • অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় ভ্ৰমণসূচী
  • বিদেশ মন্ত্ৰণালয়ে স্পষ্ট কৰে এই কথা
  • অসমত অনুষ্ঠিত হ'বলগীয়া ইণ্ডো জাপান সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছিল শ্বিনজো আবেৰ
Last Updated : Dec 13, 2019, 11:43 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details