অসম

assam

ETV Bharat / bharat

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত খৰ্গহস্ত জামাত-এ-ইছলামী হিন্দ

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰিছে জামাত-এ-ইছলামী হিন্দ ৷

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত খৰ্গহস্ত জামাত-এ-ইছলামী হিন্দ

By

Published : Aug 31, 2019, 11:37 PM IST

নিউজ ডেস্ক, 31 আগষ্টঃশনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জামাত-এ-ইছলামী হিন্দে ৷ সংগঠনটোৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা প্ৰৱন্ধক মালিক মূহতাচ্চিম খানে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটো সময়ৰ অপচয় বুলি অভিহিত কৰাৰ লগতে ইয়াক অতি শীঘ্ৰেই অসাংবিধানিক ঘোষণা কৰিব লাগে বুলি দাবী কৰে ৷ আনহাতে সমগ্ৰ প্ৰক্ৰিয়াত কেৱল সংখ্যালঘু জনসাধাৰণক বিশেষভাৱে টাৰ্গেট কৰাৰ অভিযোগ তোলে সম্পাদকগৰাকীয়ে ৷ তদুপৰি অসমত অনুপ্ৰৱেশকাৰী হিচাবে বাংলাদেশৰ হিন্দু শৰণাৰ্থীৰ সংখ্যাহে বেছি বুলি উল্লেখ কৰি অধিকাংশ মুছলমানক অসমৰ খিলঞ্জীয়া বুলি অভিহিত কৰে ৷

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত খৰ্গহস্ত জামাত-এ-ইছলামী হিন্দ

ABOUT THE AUTHOR

...view details