অসম

assam

ETV Bharat / bharat

অন্ত পৰিল চন্দ্ৰবাবু নাইডুৰ যুগ, জগন মোহন ৰেড্ডীৰ শপত গ্ৰহণ

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এচ ৰাজাশেখৰ ৰেড্ডীৰ পুত্ৰ জগমোহন ৰেড্ডী ৰাজনীতিৰ ক্ষেত্ৰখনত তুলনামূলকভাৱে নতুন হ'লেও অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি বিধান সভা নিৰ্বাচনত লাভ কৰিছিল 175 খন আসনৰ ভিতৰত 151 খন আসন ৷

CM

By

Published : May 30, 2019, 3:05 PM IST

বিজয়ৱাডা় ,30 মে' : য়ুবাজানা শ্ৰমিক' ৰাইথু কংগ্ৰেছৰ ( ৱাই এচ আৰ কংগ্ৰেছ) নেতা জগমোহন ৰেড্ডীৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা পৃথক ৰাজ্য হিচাপে গঠিত হোৱাৰ পাচত দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ ৷

ৰাজ্যপাল ই এচ এল নৰসিমহানে নতুন মন্ত্ৰীসভাৰ শপত বাক্য পাঠ কৰোৱায় ৷ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এচ ৰাজাশেখৰ ৰেড্ডীৰ পুত্ৰ জগমোহন ৰেড্ডী ৰাজনীতিৰ ক্ষেত্ৰখনত তুলনামূলকভাৱে নতুন হ'লেও অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি বিধান সভা নিৰ্বাচনত লাভ কৰিছিল 175 খন আসনৰ ভিতৰত 151 খন আসন ৷
আনহাতে লোকসভা নিৰ্বাচনত 25 খন আসনৰ ভিতৰত লাভ কৰিছিল 22 খন আসন ৷ 3 খন আসন লাভ কৰিছিল তেলেগু দেশম পাৰ্টিয়ে ৷

ABOUT THE AUTHOR

...view details