নিউজ ডেস্ক, ১২ জুন : গোলাবো চিতাবো ছবিখন শুকুৰবাৰে আমাজন প্ৰাইমত মুক্তি লাভ কৰে আৰু অ টি টি প্লেটফৰ্মত প্ৰিমিয়াৰ কৰা প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ ছবি। যিখন অমিতাভ বচ্চনৰ সহযোগী সুজিত চৰকাৰৰ দ্বাৰা নিৰ্দেশনা কৰা হৈছে। দেশৰ এখন চহৰ লক্ষ্ণৌৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
গোলাবো চিতাবো ছবি সন্দৰ্ভত কি কলে বিগ বি অমিতাভ বচ্চনে? - কোভিড-১৯
গোলাবো চিতাবো ছবিখন শুকুৰবাৰে আমাজন প্ৰাইমত মুক্তি লাভ কৰে আৰু অ টি টি প্লেটফৰ্মত প্ৰিমিয়াৰ কৰা প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ ছবি। দেশৰ এখন চহৰ লক্ষ্ণৌৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ছবিখন ।
its-a-welcome-trend-says-big-b-on-hindi-cinemas-return-to-small-town-stories
এই সন্দৰ্ভত এক সংবাদ এজেঞ্চীৰ সৈতে হোৱা সাক্ষাৎকাৰত বিগত বৰ্ষ সমূহত সৰু-সৰু চহৰ সমূহৰ আধাৰত নিৰ্মিত হিন্দী ছবিৰ উন্নতি সাধনৰ বিষয়ে বিগ বিক সোধা প্ৰশ্নত অমিতাভ বচ্চনে এয়া এক আদৰণীয় প্ৰবৃত্তি তথা এনে সৰু-সৰু চহৰ সমূহৰ ঘটনাবোৰক লৈ ছবি নিৰ্মাণৰ পোষকতা কৰে।
লগতে পঢ়ক : বাঘজানৰ জুই : আমেৰিকা আৰু কানাডাৰ পৰা আহিল বিশেষজ্ঞৰ দল