পিথোৰাগড়,(উত্তৰাখণ্ড) ২ চেপ্তেম্বৰঃ সোমবাৰে ইন্দো তিব্বত সীমান্তত আইটি বিপিৰ জোৱানে উদ্ধাৰ কৰে এজন স্থানীয় লোকৰ মৃতদেহ । আই টি বিপিৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পিথোৰগড়ৰ অতি ভিতৰুৱা অঞ্চলৰ ২৫ কিল'মিটাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । স্থানীয় সূত্ৰ প্ৰকাশ কৰা অনুসৰি মৃতদেহত গুলীৰ আঘাতৰ চিন আছিল ।
ইন্দো তিব্বত সীমান্তত স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ - itbp-jawans-carry-locals-body-in-pithoragarh-for-25-kms
আই টি বিপিৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পিথোৰগড়ৰ অতি ভিতৰুৱা অঞ্চলৰ ২৫ কিল'মিটাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো ।
ইন্দো তিব্বত সীমান্তত স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ
আই টি বিপিৰ সূত্ৰই জনাই যে, আই টি বিপিৰ ১৪সংখ্যক বেটেলিয়নে বুগদায়াৰৰ সমীপৱৰ্তী ছিউনি গাঁৱত ৩০ বছৰীয়া এজন লোকৰ মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰাৰ পিচতে ঘটনাস্থলীত উপস্থিতি হৈ মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে ।