22 জুলাইত উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান 2 - চন্দ্ৰ
22 জুলাইত দিনৰ 2:43 বজাত উৎক্ষেপন কৰিব চন্দ্ৰযান 2 ৷ 976 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা চন্দ্ৰযান 2 ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে 15 জুলাই তাৰিখে উৎক্ষেপন কৰাৰ কথা আছিল চন্দ্ৰযান 2 ৷

22 জুলাইত উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান 2
নিউজ ডেস্ক, 18 জুলাই: ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ISRO)য়ে 22 জুলাইত দিনৰ 2:43 বজাত উৎক্ষেপন কৰিব চন্দ্ৰযান 2 ৷ 976 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা চন্দ্ৰযান 2 ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে 15 জুলাই তাৰিখে উৎক্ষেপন কৰাৰ কথা আছিল চন্দ্ৰযান 2 ৷ যান্ত্ৰিক বিজুতিৰ বাবে চন্দ্ৰযান 2ৰ উৎক্ষেপন পিছুৱাই দিয়া হৈছিল ৷
22 জুলাইত উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান 2