অসম

assam

ETV Bharat / bharat

চন্দ্ৰযান-2ৰ উৎক্ষেপনৰ আগতীয়া পৰীক্ষণ সম্পন্ন - চন্দ্ৰযান-2

22 জুলাইত উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-2 ৷

চন্দ্ৰযান-2ৰ উৎক্ষেপনৰ সফল আগতীয়া পৰিক্ষন সম্পন্ন

By

Published : Jul 21, 2019, 1:54 PM IST

নিউজ ডেস্ক, 21 জুলাই: ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ(ISRO)য়ে সফলতাৰে চন্দ্ৰযান-2ৰ উৎক্ষেপনৰ আগতীয়া পৰীক্ষণ সম্পন্ন কৰিলে ৷ 22 জুলাইত উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-2 ৷ ইয়াৰ পূৰ্বে 15 জুলাইত উৎক্ষেপণ কৰা কথা আছিল চন্দ্ৰযান-2 ৷ কাৰিকৰী বিজুতিৰ বাবে এক ঘন্টাৰ আগতে বাতিল কৰা হৈছিল উৎক্ষেপণ ৷

ABOUT THE AUTHOR

...view details