অসম

assam

By

Published : May 12, 2019, 12:48 PM IST

ETV Bharat / bharat

ইছৰোৱে উৎক্ষেপণ কৰিব নতুন উপগ্ৰহ

এই উপগ্ৰহটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব ৷ জানিব পৰামতে "RISAT" চিৰিজৰ উপগ্ৰহসমূহ সীমান্তত প্ৰৱেশ কৰিব বিচৰা অনুপ্ৰৱেশকাৰীৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবে ডিজাইন কৰা হৈছে ৷

ISROয়ে উৎক্ষেপন কৰিব "RISAT-2B" নামৰ এটা উপগ্ৰহ

নিউজ ডেস্ক , 12 মে' :ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে "RISAT-2B" নামৰ এটা নতুন উৎক্ষেপণ কৰিব ৷ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ প্ৰথম খন লন্স পেদৰ পৰা এই উপগ্ৰহটো মুকলি কৰা হ'ব ৷

বতৰৰ স্থিতিৰ প্ৰতি লক্ষ ৰাখি 22 মে'ৰ 0527 বজাত আই-এচ-টিত উপগ্ৰহটো উৎক্ষেপণ কৰা হ'ব বুলি সময় নিৰ্ধাৰণ কৰা হৈছে ৷ "RISAT-2B" উপগ্ৰহটো 37 ডিগ্ৰী চেলছিয়াচত 555 কিলোমিটাৰৰ এটি কক্ষপথত স্থাপন কৰা হ'ব ৷ PSLV C46ৰ দ্বাৰা এই উপগ্ৰহটো উৎক্ষেপণ কৰা হ'ব ৷ PSLV-ৰ এইটো 48 সংখ্যক পৰিকল্পনা ৷ এই উপগ্ৰহটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব ৷ জানিব পৰামতে "RISAT" চিৰিজৰ উপগ্ৰহসমূহ সীমান্তত প্ৰৱেশ কৰিব বিচৰা অনুপ্ৰৱেশকাৰীৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবে ডিজাইন কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details