নিউজ ডেস্ক, ২৩ চেপ্টেম্বৰ:আৰম্ভ হৈছে আই পি এলৰ ১৩তম সংস্কৰণ। ইউনাইটেড আৰৱ আমিৰাতত চলি থকা আইপিএল টি-২০ খেলৰ মেচ সমূহক লৈ এতিয়া সক্ৰিয় হৈ পৰিছে জুৱাৰীও। বুধবাৰে তেনে এটা জুৱাৰী চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত বাংগালোৰ আৰক্ষীয়ে ছয়জনকৈ লোকক আটক কৰাৰ লগতে লোক কেইজনৰ পৰা ছয় লাখ নগদ ধন জব্দ কৰে। আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ ফালৰ পৰা দিয়া মন্তব্যত প্ৰকাশ কৰা অনুসৰি, আই পি এলক লৈ জুৱা খেলত জড়িত এই লোক কেইজনক আৰক্ষীয়ে বাংগালোৰ চহৰৰ বানাচৱাডি আৰু মাল্লেচৱাৰম অঞ্চলৰ পৰা আটক কৰে আৰুলোক কেইজনৰ বিৰুদ্ধে দুুুুটাকৈ গোচৰ ৰুজু কৰিছে।
আইপিএলৰ নামত জুৱাৰ বেহাঃ আটক জুৱাৰী - অপৰাধ নিয়ন্ত্ৰণ শাখা
আৰম্ভ হৈছে আই পি এলৰ ১৩তম সংস্কৰণ। ইউনাইটেড আৰৱ আমিৰাতত চলি থকা আইপিএলৰ টি-২০ খেলৰ মেচ সমূহকলৈ এতিয়া সক্ৰিয় হৈ পৰিছে জুৱাৰীও।
আইপিএলৰ নামত জুৱাৰ বেহাঃ আটক জুৱাৰী
লগতে পঢ়ক: RR বনাম CSK: লুংগি এনগিডীৰ অপ্ৰত্যাশিত অভিলেখ