মুম্বাই, 7 জানুৱাৰী:সোমবাৰে এক অঘটনৰ পৰা ৰক্ষা পৰিল বেংগালুৰু-মুম্বাই অভিমুখি এখন ইণ্ডি গ’ বিমান ৷ A320 (6E-6449) বিমানখনত আকাশ মাৰ্গতেই হঠাৎ সাৱধান বায়ু সংকেট ধ্বনী বাজি উঠাৰ পাচতেই জৰুৰীকালিন অৱস্থা ঘোষণা কৰি ততাতৈয়াকৈ অৱতৰণ কৰা হয় বিমানখন ৷
দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বেংগালুৰু-মুম্বাই অভিমুখি ইণ্ডিগ’ বিমান - A320 (6E-6449) বিমান
সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰিল বেংগালুৰু-মুম্বাই অভিমুখি ইণ্ডিগ’ বিমান ৷ A320 (6E-6449) বিমানত বায়ু সংকেট ধ্বনী বাজি উঠাৰ পাচতেই জৰুৰীকালিন অৱতৰণ পাইলটৰ ৷
দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা বেংগালুৰু-মুম্বাই অভিমুখি ইণ্ডিগ’ বিমান
এই ঘটনাত কোনো লোক হতাহত হোৱা নাই অথবা কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমান বিমানখনৰ সকলো দিশ চালি জাৰি তন্ন-তন্ন কৈ পৰীক্ষা কৰিছে বিমান সমূহৰ চোৱা-চিতা কৰা এটা প্ৰতিনিধিৰ দলে ৷ এই ঘটনা সন্দৰ্ভত ইণ্ডিগ’ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, বিমানখনত এইয়া কোনো ইঞ্জীনজনীত সমস্যা নাছিল (NEO engine) ৷
Last Updated : Jan 7, 2020, 12:14 PM IST