নিউজ ডেস্ক, ৯ মাৰ্চ : পুলৱামা কাণ্ডৰ সোধ-পোছ সামৰি আজি পাকিস্তানলৈ প্ৰত্যাৱৰ্তন কৰিব পাকিস্তানৰ ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়াই। ৯ মাৰ্চৰ পৰা ইছলামাবাদত নিজৰ দায়িত্বভাৰ পুনৰ গ্ৰহণ কৰিব উচ্চায়ুক্তগৰাকীয়ে। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ সচিব ৰৱিশ কুমাৰে জানিবলৈ দিছে এই কথা।
আজি পাকিস্তানলৈ উভতিব ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়া - ভাৰতীয় উচ্চায়ুক্ত
পুলৱামা কাণ্ডৰ পাচত উচ্চায়ুক্তৰ মন্তব্য গ্ৰহণৰ উদ্দেশ্যে ভাৰত আৰু পাকিস্তানে দুয়োখন দেশত থকা প্ৰতিনিধিক নিজ-নিজ দেশলৈ আমন্ত্ৰণ জনাইছিল।
etv bharat
পুলৱামা কাণ্ডৰ পাচত উচ্চায়ুক্তৰ মন্তব্য গ্ৰহণৰ উদ্দেশ্যে ভাৰত আৰু পাকিস্তানে দুয়োখন দেশত থকা প্ৰতিনিধিক নিজ-নিজ দেশলৈ আমন্ত্ৰণ জনাইছিল।ৱা ১৮ ফেব্ৰুৱাৰীত পাকিস্তানেও নিজ দেশলৈ উভতাই নিছিল ভাৰতস্থিত পাকিস্তানী উচ্চায়ুক্ত চাহিল মহম্মদক।
Last Updated : Mar 9, 2019, 2:03 PM IST