অসম

assam

ETV Bharat / bharat

ভাৰতে কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজিবলৈ কৰা প্ৰয়াস আদৰ্শ হৈ ৰ'বঃ মোডী - বিজেপিৰ 40 সংখ্যক প্ৰতিস্থা দিৱস

বিজেপিৰ 40 সংখ্যক প্ৰতিস্থা দিৱসত মোডীয়ে কয় যে, ভাৰতে কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজিবলৈ যিধৰণে প্ৰয়াস কৰি আছে, সেয়া আদৰ্শ হৈ ৰ'ব ।

ভাৰতে কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজিবলৈ কৰা প্ৰয়াস আদৰ্শ হৈ ৰ'বঃ মোডী
ভাৰতে কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজিবলৈ কৰা প্ৰয়াস আদৰ্শ হৈ ৰ'বঃ মোডী

By

Published : Apr 6, 2020, 4:35 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিলঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ 40 সংখ্যক প্ৰতিস্থা দিৱসত কয় যে, ভাৰতে কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজিবলৈ যিধৰণে প্ৰয়াস কৰি আছে, সেইয়া আদৰ্শ হৈ ৰ'ব ।

ভাৰতে দ্ৰুতভাৱে আৰু পৱিত্ৰ দৃষ্টিভংগীৰে সংক্ৰমণ ৰোধৰ বাবে কাম কৰি আহিছে । এই ক্ষেত্ৰত কেৱল ভাৰতীয়ই নহয়, বিশ্ব স্বাস্থ্য সংস্থায়ো আদৰণি জনাইছে ।

বিজেপি কৰ্মকৰ্তা সকলক 40 সংখ্যক প্ৰতিস্থা দিৱসত মোডীয়ে কয় যে, ভাৰতৰ জনসাধাৰণে লক ডাউনৰ সময়ত দেখুওৱা মানসিকতাকো তেওঁ আদৰণি জনায়। লগতে দেশত যাতে দৰিদ্ৰ লোক বিপদত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈয়ো কৰ্মী সকলক আহ্বান জনাই । কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে এই ৰণ কোনোগুণে যুদ্ধতকৈ কম নহয় বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details