অসম

assam

ETV Bharat / bharat

দেশত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ - Covid-19

Covid-19 ত আক্ৰান্ত হৈ দেশত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ ৷ বৰ্তমানলৈকে চিকিৎসালয় কতৃপক্ষই অনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই মৃত্যুৰ প্ৰকৃত কাৰণ ৷

দেশত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ
দেশত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ

By

Published : Mar 12, 2020, 10:41 PM IST

Updated : Mar 12, 2020, 10:58 PM IST

  • দেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ
  • মৃত্যু হোৱা লোক জনৰ বয়স আছিল 76 বছৰ
  • মৃত্যু হোৱা ব্যক্তিগৰাকী কৰ্ণাটকৰ কালবুৰ্গীৰ বাসিন্দা
  • বেচৰকাৰী চিকিৎসালয়ত চিকিৎকাধীন হৈ আছিল লোকজন
  • 29 ফেব্ৰুৱাৰীত ছৌদি আৰৱৰ পৰা আহিছিল লোকজন
  • ইতিমধ্যে কৰ্ণাটক চৰকাৰক এই সন্দৰ্ভত অৱগত কৰিছে চিকিৎসালয় কৰ্তপক্ষই
    কৰ্ণাটকত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ
Last Updated : Mar 12, 2020, 10:58 PM IST

ABOUT THE AUTHOR

...view details