নিউজ ডেস্ক, 11 নৱেম্বৰঃ সোমবাৰে কাশ্মীৰৰ বনিহাল আৰু বাৰামুলাৰ মাজত পৰীক্ষামূলক ভাৱে আৰম্ভ কৰা হয় ট্ৰেইনৰ চলাচল ৷ অনুচ্ছেদ 370 কৰ্তনৰ পাচতেই ৰাজ্যখনত বন্ধ কৰি দিয়া হৈছিল ট্ৰেইনৰ চলাচল ৷ ট্ৰেইনৰ পৰীক্ষা মূলক চলাচলত উপস্থিত থাকে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াসকল ৷
জম্মু-কাশ্মীৰত পৰীক্ষা মূলক ট্ৰেইনৰ চলাচল - অনুচ্ছেদ 370 কৰ্তনৰ পাচতেই কাশ্মীৰত বন্ধ কৰি দিয়া হৈছিল ট্ৰেইনৰ চলাচল
সোমবাৰে কাশ্মীৰৰ বনিহাল আৰু বাৰামুলাৰ মাজত পৰীক্ষামূলক ভাৱে আৰম্ভ কৰা হয় ট্ৰেইনৰ চলাচল ৷ অনুচ্ছেদ 370 কৰ্তনৰ পাচতেই ৰাজ্যখনত বন্ধ কৰি দিয়া হৈছিল ট্ৰেইনৰ চলাচল ৷
![জম্মু-কাশ্মীৰত পৰীক্ষা মূলক ট্ৰেইনৰ চলাচল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5027748-537-5027748-1573465640498.jpg)
জম্মু-কাশ্মীৰত পৰীক্ষা মূলক ট্ৰেইন
লগতে পঢ়কঃ আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত জে এন ইউৰ শিক্ষাৰ্থী
ইয়াৰ পূৰ্বে দেওবাৰে ৰেলৱে বিষয়াসকলে জনোৱা মতে, যদিহে পৰীক্ষামূলক চলাচলত কোনো অসুবিধাৰ সন্মুখীন নহয় তেন্তে আগন্তুক 12 নৱেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব ৰেল সেৱা ৷