অসম

assam

ETV Bharat / bharat

2019-20 বিত্তীয় 3 ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হ'ব ভাৰত

অনাগত 5 বছৰত 5 ট্ৰিলিয়ন অৰ্থনীতি হ'ব ভাৰতৰ আৰু 2019-20 বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনিতী হ'ব 3 ট্ৰিলিয়ন ৷

2019-20 বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনিতী হব 3 ট্ৰিলিয়ন: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

By

Published : Jul 5, 2019, 12:15 PM IST

নিউজ ডেস্ক, 5 জুলাই: সদনত দাখিল 2019-20 ৰ বিত্তীয় বাজেট ৷ ‘দেশৰ বহী খাতা’ হিচাপে অভিহিত এই বাজেট ৷ পৰম্পৰা ভংগ কৰি ব্ৰিফকেচৰ পৰিৱৰ্তে ৰঙা কাপোৰত বন্ধা হাছে এইবাৰৰ বাজেট ৷ ৰঙা কাপোৰত বন্ধা বাজেটে পশ্চিমিয়া সংস্কৃতিৰ দাসত্বৰ পৰা অবসান ঘটাইছে বুলি উল্লেখ ৷ নিৰ্মলা সীতাৰমণৰ বিত্ত মন্ত্ৰী হিচাপে এইখন প্ৰথম বাজেট৷ মোডী চৰকাৰৰ দিত্বীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ৷
স্বাধীতাৰ 55 বছৰ পিছতহে 1 ট্ৰিলিয়ন অৰ্থনিতী হবলৈ সক্ষম হৈছিলে ভাৰত কিন্ত পূৰ্বৰ 5 বছৰত NDA চৰকাৰখনে 1 ট্ৰিলিয়ন যোগ কৰিবলৈ সক্ষম হৈছিল অৰ্থনিতাত ৷ অনাগত 5 বছৰত 5 ট্ৰিলিয়ন অৰ্থনিতী হব ভাৰত আৰু 2019-20 বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনিতী হব 3 ট্ৰিলিয়ন ৷

2019-20 বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনিতী হব 3 ট্ৰিলিয়ন: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ
উল্লেখ্য যে, ইণ্ডিৰা গান্ধীৰ পিছতে দিত্বীয় গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷

ABOUT THE AUTHOR

...view details