নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : 'ৰানা' নামৰ এখন মাছমৰীয়া নাৱৰ পৰা মঙলবাৰে 19 বাংলাদেশী ক্ৰিউমেনক উদ্ধাৰ কৰে ভাৰতীয় উপকূলৰক্ষীয়ে ৷ যান্ত্ৰিক বিজুতিৰ বাবে ওড়িশাৰ পাৰাদ্বীপত দিশহাৰা হৈ পৰিছিল নাওখন ৷
ভাৰতীয় উপকূলৰক্ষীৰ মতে, যান্ত্ৰিক বিজুতি হোৱা বাবে নাওখন 10 দিন ধৰি দিশহাৰা হৈ আছিল ৷