নিউজ ডেস্ক, 22 এপ্ৰিল : শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পাচত সষ্টম হৈ উঠিছে ভাৰতীয় উপকূল ৰক্ষী৷ নিৰাপত্তা সংক্ৰান্তীয় কাৰণতেই ইতমধ্যে হাই-এলাৰ্ট জাৰি কৰা হৈছে ভাৰতীয় কোষ্ট গাৰ্ডত৷
শ্ৰীলংকা বিস্ফোৰণৰ পাচতেই সষ্টম ভাৰতীয় উপকূলৰক্ষী - অসম নিউজ
যিকোনো আপাতকালীন পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ ভাৰত-শ্ৰীলংকাৰ সাগৰীয় সীমান্তত সাজু ভাৰতীয় কোষ্ট গাৰ্ডৰ জাহাজ ৷ শ্ৰীলংকাৰ বিস্ফোৰণৰ পাচতেই ভাৰত-শ্ৰীলংকাৰ সাগৰীয় সীমান্তত সুৰক্ষা জনিত কাৰণত সষ্টম কৰা হৈছে ভাৰতীয় উপকূল ৰক্ষীৰ হেলিকাপ্টাৰ ড্ৰৰ্ণিয়াৰ৷
শ্ৰীলংকা বিস্ফোৰণৰ পাচতেই সষ্টম ভাৰতীয় উপকূলৰক্ষী
শ্ৰীলংকা বিস্ফোৰণৰ পাচতেই ভাৰত-শ্ৰীলংকাৰ সাগৰীয় সীমান্তত সুৰক্ষা জনিত কাৰণত সষ্টম কৰা হৈছে ভাৰতীয় উপকূল ৰক্ষীৰ হেলিকাপ্টাৰ ড্ৰৰ্ণিয়াৰ৷ সাগৰীয় সীমান্তত যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ সাজু কৰি ৰখা হৈছে কোষ্ট গাৰ্ড জাহাজো৷
উল্লেখ্য যে, 26/11 ৰ মুম্বাই বিস্ফোৰণৰ পুনৰাবৃত্তি নঘটিবলৈ সাজু হৈ উঠিছে ভাৰত চৰকাৰ৷ 2008 চনৰ 26 নৱেম্বৰত সমুদ্ৰ পথেৰেই ভাৰতত প্ৰৱেশ কৰি কুটাঘাত সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে৷