অসম

assam

By

Published : Jun 4, 2019, 2:29 PM IST

ETV Bharat / bharat

39 ৰাষ্ট্ৰীয় ৰাইফল্চৰ তত্ত্বাবধানত বেকাৰী প্ৰকল্প

অসীম নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত এই প্ৰকল্প স্থাপন কৰা হৈছে ৷ ভাৰতীয় সেনা আৰু অসীমৰ উদ্যোগত গাওঁখনৰ মহিলাসকলক স্বাৱলম্বী কৰা আৰু নিয়োগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

ভাৰতীয় সেনায়ে বেকাৰীৰ জড়িয়তে দেখাইছে স্বাবলম্বী হোৱা পথ

নিউজ ডেস্ক, 4 জুন: ভাৰতীয় সেনায়ে জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ মাঙ্গৰ গাওঁত এক বেকাৰী প্ৰকল্প স্থাপন কৰিছে ৷ অসীম নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত এই প্ৰকল্প স্থাপন কৰা হৈছে ৷ ভাৰতীয় সেনা আৰু অসীমৰ উদ্যোগত গাওঁখনৰ মহিলাসকলক স্বাৱলম্বী কৰা আৰু নিয়োগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ গাওঁখনৰ মহিলাসকলে এই সন্দৰ্ভত সেনা আৰু অসীমলৈ তেওঁলোকৰ কৃতজ্ঞতা আগবঢ়োৱাৰ লগতে আৰু এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

ভাৰতীয় সেনায়ে বেকাৰীৰ জড়িয়তে দেখাইছে স্বাবলম্বী হোৱা পথ

লগতে পঢ়ক: বীৰ জোৱান নীৰজ চেত্ৰীৰ শেষ কৃত্য সম্পন্ন

উল্লেখ্য যে এই প্ৰকল্প 39 ৰাষ্ট্ৰীয় ৰাইফল্চৰ তত্ত্বাবধানত চলি আছে ৷

ABOUT THE AUTHOR

...view details