নিউজ ডেস্ক, 7 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত 7 এপ্ৰিলৰ সন্ধিয়া 6 বজালৈকে COVID19 আক্ৰান্ত হৈছে 4789 গৰাকী লোক ৷ ইয়াৰে 124 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 352 গৰাকী লোকে ৷ ভাৰতৰ সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ প্ৰায় 868 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ তামিলনাডুত আক্ৰান্তৰ সংখ্যা 621 গৰাকী ৷
ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য
ভাৰতত বৰ্তমানলৈকে COVID19 ত আক্ৰান্ত হৈছে 4789 গৰাকী লোক ৷ ইয়াৰে 124 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 352 গৰাকী লোকে ৷
INDIA TRACKER : STATEWISE DATA