নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ: সোমবাৰে আপডেট কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণ 96.77 লাখলৈ বৃদ্ধি হৈছিল, আনহাতে সক্ৰিয় আক্ৰান্তৰ সংখ্যা 4 লাখৰ তলত থকাৰ বিপৰীতে 91.39 লাখ লৈ বৃদ্ধি পাইছে আৰোগ্যৰ সংখ্যা ৷
প্ৰতিদিনে 32,981 টা নতুন সংক্ৰমণ হোৱাৰ বিপৰীতে মুঠ কৰ’না ভাইৰাছৰ ঘটনা 96,77,203 লৈ বৃদ্ধি ত হৈছিল আৰু মৃত্যুৰ সংখ্যা 391 টা নতুন মৃত্যুৰ সৈতে 1,40,573 লৈ বৃদ্ধি পাইছে ৷