নিউজ ডেস্ক, ৪ জানুৱাৰী: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ১৬,৫০৪ গৰাকী COVID-১৯ ত আক্ৰান্ত হৈছে । ফলত দেশত ক’ভিড-19 ১,০৩,৪০,৪৬৯ জনলৈ বৃদ্ধি পায় আক্ৰান্তৰ ঘটনা । দেওবাৰে ক’ভিড-19 ত মৃত্যু হোৱা লোকৰ সংখ্যা 214 গৰাকী ৷ ইফালে দেশত আৰোগ্যৰ হাৰ ১.৪৫ শতাংশলৈ বৃদ্ধি হোৱাত ভাৰতত এতিয়ালৈকে মুঠ ৯৯,৪৬,৮৬৭ গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিছে ।
উল্লেখ্য যে ধাৰাবাহিকভাৱে ১৪ দিনৰ দিনাও COVID-১৯ ত আক্ৰান্ত ৩ লাখতকৈ কম আক্ৰান্ত হৈছে । তৃতীয় দিনা ২০,০০০ ৰ তলত COVID-১৯ ত আক্ৰান্ত হয় । বৰ্তমান দেশত ২,৪৩,৯৫৩ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হৈ আছে আৰু এই সংখ্যা মুঠ আক্ৰান্তৰ ২.৩৬ শতাংশ বুলি জানিব পৰা গৈছে ।
দেশত ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্তেম্বৰত ৪০ লাখ আৰু ১৬ ডিচেম্বৰত ৫০ লাখ গৰাকী COVID-১৯ ত আক্ৰান্ত হয় । ২৮ ডিচেম্বৰত ৬০ লাখ গৰাকী আক্ৰান্ত হয় । ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটি লোক COVID-১৯ ত আক্ৰান্ত হয় ।