নিউজ ডেস্ক , 09 জুন :জুৰাচিক পাৰ্ক অনুৰাগীলৈ সুখবৰ ৷ পোন প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে ডাইন'ছৰ সংগ্ৰহালয় তথা পাৰ্ক ৷ শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে গুজৰাটৰ মহিসাগৰ জিলাৰ ৰায়লি এলেকাত এই ডাইন'ছৰ সংগ্ৰহালয় আৰু পাৰ্ক' উদ্বোধন কৰে ৷
গুজৰাটত দেশৰ প্ৰথমটো ডাইনছ'ৰ সংগ্ৰহালয় - ডাইন'চৰ সংগ্ৰহালয়
শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে গুজৰাটৰ মহিসাগৰ জিলাৰ ৰায়লি এলেকাত এই ডাইন'ছৰ সংগ্ৰহালয় আৰু পাৰ্ক' উদ্বোধন কৰে ৷
গুজৰাতত নিৰ্মাণ ভাৰতৰ প্ৰথমখন 'ডাইন'চৰ সংগ্ৰহালয়'
জানিব পৰা মতে এই ডাইন'ছৰ সংগ্ৰহালয়খন বিশ্বৰ প্ৰথম এনে ধৰণৰ সংগ্ৰহালয় আৰু বিশ্বৰ কৃতীয়খন এনে ধৰণৰ পাৰ্ক ৷ উল্লেখ্য যে ৰায়লি হৈছে বিশ্বৰ তৃতীয় বৃহৎ জীৱাশ্ম স্থান আৰু বিশ্বৰ দ্বিতীয় বৃহৎ উৎপত্তিৰ স্থল বুলি জনাজাত ৷ ৰায়লিস্থিত এই'ডাইন'ছৰ সংগ্ৰহালয় তথা পাৰ্কখনত আধুনিক প্ৰযুক্তি যেনে "3D Projection", 'Virtual reality presentations' , 'interactive kliosks' and 'life-size dinosaur replica' উপলব্ধ হ'ব ৷