অসম

assam

ETV Bharat / bharat

আজি ভাৰতে লাভ কৰিব যুদ্ধ যুঁজাৰু বিমান ‘ৰাফেল’

বিজয়া দশমী দিনাই আনুষ্ঠানিক ভাৱে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গ্ৰহণ কৰিব প্ৰথমখন ৰাফেল বিমান ৷ ভাৰতৰ বায়ু সেনাক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিব এই যুদ্ধবিমান খনে ৷

আজি ভাৰতে লাভ কৰিব যুদ্ধ যুঁজাৰু বিমান ‘ৰাফেল’

By

Published : Oct 8, 2019, 12:48 PM IST

  • বিজয়া দশমী দিনাই আনুষ্ঠানিক ভাৱে ভাৰতে লাভ কৰিব প্ৰথমখন ৰাফেল বিমান
  • ফ্ৰান্সীচি পৰ্ট বৰ্ডক্সত 'শস্ত্ৰ পূজা' কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
  • পূজাৰ পাচতেই 'French Port City of Bordeaux' ৰ পৰা উৰিব বিমানখন
  • প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ পৰা চাৰিখন ৰাফেল বিমান লাভ কৰিব ভাৰতে
  • 2022 চনৰ ভিতৰত ভাৰতে মুঠ লাভ কৰিব 36 খন ৰাফেল বিমান
  • প্ৰতি ঘন্টাত ৰাফেল বিমানৰ গতি বেগ হৈছে 2,223 কিলোমিটাৰ
  • এক মিনিটত 60 হাজাৰ ফিট উৰণ ক্ষমতা
  • 3700 কিলোমিটাৰ দূৰত্বলৈ শত্ৰুক তচনচ কৰাৰ ক্ষমতা আছে ৰাফেলৰ
  • বায়ুৰ পৰা স্থললৈ 300 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিবলৈও সক্ষম
  • এটা সময়ত 24,500 কিলোগ্ৰাম ওজন কঢ়িয়াই নিবলৈ সক্ষম
  • যিকোনো জলবায়ু পৰিৱেশত উৰণক্ষম ক্ষমতা ৰাফেল বিমানৰ

ABOUT THE AUTHOR

...view details