নিউজ ডেস্ক, ২৪ জুলাইঃ কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি চৰকাৰক আক্ৰমণাত্মক মন্তব্য় পি চিদাম্বৰমৰ । কংগ্ৰেছৰ বৰ্ষীয়ান নেতা পি চিদাম্বৰমে শুকুৰবাৰে চীনৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন বিদেশ মন্ত্ৰণালয়লৈ । বৃহস্পতিবাৰে বিদেশ মন্ত্ৰণালয়ে ভাৰত-চীন সন্দৰ্ভত চৰকাৰৰ স্থিতি বৰ্তাই ৰখা আৰু মৌনতা বজাই ৰখা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে পি চিদাম্বৰমে ।
টুইটাৰযোগে বিজেপি চৰকাৰক আক্ৰমণ পি চিদাম্বৰমৰ - বিদেশ মন্ত্ৰণালয়
ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত বিজেপি চৰকাৰ আক্ৰমণ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ । প্ৰাক্তন বিত্ত মন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা পি চিদাম্বৰমে বিদেশ মন্ত্ৰণালয়ৰ সদৰি কৰা মন্তব্যত দেশৰ স্থিতিশীলতা বৰ্তাই ৰখা দাবী কথা কিয় উল্লেখ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ।
পি চিদাম্বৰম
চিদাম্বৰমে টুইটযোগে কয় যে,বিদেশ মন্ত্ৰণালয়ে ২৩ জুলাই নিশা সদৰি কৰা তথ্যত ভাৰতৰ disengagement and de-escalation আৰু সীমান্ত অঞ্চলত শান্তি আৰু শান্তিৰ পূৰ্ব স্থিতি বজাই ৰখাৰ কথা ব্যক্ত কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ।
লগতে চাওকঃ আৰক্ষীয়ে ঘুচিয়াই দাঁত ভাঙিলে গাঁও বুঢ়াৰ