নিউজ ডেস্ক, 7 এপ্ৰিলঃ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ ব্যক্তিগত সচিব প্ৰবীণ কক্কৰৰ বিজয় নগৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান ৷ 7 এপ্ৰিল দেওবাৰে পুৱা 3 বজাত অভিযান চলাই আয়কৰ বিভাগে ৷ দিল্লীৰ এটি বিশেষ আয়কৰ বিভাগে ইন্দোৰত চলোৱা অভিযানত বৰ্তমান পৰ্যন্ত 9 কোটি জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, 300 ৰো অধিক আয়কৰ বিভাগৰ বিষয়াই 50 টা ভিন্ন ঠাইত অভিযান চলাই ৷
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ গৃহত আয়কৰ বিভাগৰ অভিযান
দিল্লীৰ এটি বিশেষ আয়কৰ বিভাগে ইন্দোৰত চলোৱা অভিযানত বৰ্তমান পৰ্যন্ত 9 কোটি জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, 300 ৰো অধিক আয়কৰ বিভাগৰ বিষয়াই 50 টা ভিন্ন ঠাইত অভিযান চলাই
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান
আনহাতে, অভিযানৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিআৰপিএফৰ জোৱানক লগত লৈ অভিযান চলাই আয়কৰ বিভাগে ৷