অসম

assam

ETV Bharat / bharat

টেলিমেডিচিনৰ লগত জৰিত ব্যক্তিসকলৰ বীমাৰ পলিচি সমস্যা সামাধান কৰিলেঃIRDAI - জীৱন বীমা

টেলিমেডিচিন সেৱাৰ লগত জৰিত ব্যক্তি সকলৰ IRDAI য়ে স্বাক্ষৰ কৰিলে বীমা নতুন নতুন নীতি নিদেৰ্শনা জাৰি কৰি সকলোৰে সুবিধা হোৱাকৈ ।

টেলিমেডিচিনৰ লগত জৰিত ব্যক্তি সকল বীমাৰ পলিচি সমস্যা  সামাধান কৰিলেঃIRDAI
টেলিমেডিচিনৰ লগত জৰিত ব্যক্তি সকল বীমাৰ পলিচি সমস্যা সামাধান কৰিলেঃIRDAI

By

Published : Jun 11, 2020, 7:54 PM IST

নিউজ ডেস্ক, ১১জুনঃবৃহস্পতিবাৰে টেলিমেডিচিনৰ ব্যক্তি সকলৰ বাবে IRDAI য়ে স্বাস্থ্য সাধাৰণ বীমাৰ লগত জৰিত কেতবোৰ গুৰুত্বপূৰ্ণ নীতি নিদেৰ্শনাৰ বিষয়ৰ পৰ্যালোচনা কৰে । লক ডাউনৰ সময় ছোৱাত ক'ৰণ‍ ভাইৰাছৰ সংক্ৰমণ অধিক হোৱাৰ বাবে MCIয়ে টেলিমেডিচিনৰ লগত জৰিত নতুন নীতি মাচ ২৫ৰ প্ৰদান কৰিব ব্যক্তিসকলক ।

টেলিমেডিচিনৰ লগত জৰিত ব্যক্তি সকল বীমাৰ পলিচি সমস্যা সামাধান কৰিলেঃIRDAI

টেলিমেডিচিনৰ লগত জৰিত হৈ পৰা সকলৰ বাবে থাকিব বীমা ব্যৱস্থা,যাৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি মাহ,বছৰ,সামগ্ৰীৰ বিক্ৰী সকলাে দিশ সামৰি ল'ব এই বীমাৰ জৰিয়তে ।IRDAI য়ে উল্লেখ কৰে যে প্ৰতিবছৰে ইয়াৰ বিকাশ কৰি থকা হ'ব ।

ইপিনে বীমা পৰিচালকে কয় যে টেলিমেডিচিনৰ লগত জৰিত ব্যক্তিসকলে চত সাপেক্ষে পলিচি খনত স্বাক্ষৰ কৰিব পাৰিব । ক'ৰণাৰ প্ৰভাৱ কম হোৱাৰ লগে লগে MCIৰ এটা দলে টেলিমেডিচিনৰ লগত জৰিত ব্যক্তিসকলে কেনেদৰে স্বাস্থ্যৰ যতন লয় সেই বিষয়ে জানি টেলিমেডিচিন সেৱাক আৰু জনসাধাৰণৰ কাষ চপাই নিয়াত অৰিহণা যোগাব ।

আনহাতে টেলিমেডিচিন সেৱাই সকলোকে লাভান্বিত কৰি আহিছে বিশেষ কৈ গাঁও সমূহত। ইয়াৰ জৰিয়তে চিকিৎসা কৰাৰ ফলত আৰাম লাভ কৰে আৰু চিকিৎসাৰ বাবে বহু দূৰ যাতায়ত কৰিব নালাগে। ফলত ৰোগী সকলৰ টকা পইছাৰ খৰছ কম হোৱা দেখা যায় ।

লগতে চাওকঃ অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিয়ে দিব চৰকাৰৰ কামৰ খতিয়ান

ABOUT THE AUTHOR

...view details