1. আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচনৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দুয়ো দেশৰ দ্বিপাক্ষিক ৰাজনৈতিক দিশসমূহক শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকত মিলিত হ’ব দুয়ো ৷
2. ডেৰাডুনৰ IMAত দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ডেৰাডুনৰ IMAত দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে
আজি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ডেৰাডুনৰ ভাৰতীয় সামৰিক অকাডেমীৰ চৌহদত থকা দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব ৷ দিনৰ 3.30 বজাত এই ভাৰ্চুৱেল উদ্বোধনী সভাত উপস্থিত থাকিব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট ৷
3. মুলতানী ঘটনাঃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান চাইনীক অনুসন্ধানত যোগদানৰ অনুমতি পাঞ্জাৱ আৰক্ষীৰ মুলতানী ঘটনাঃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান চাইনীক অনুসন্ধানত যোগদানৰ অনুমতি পাঞ্জাৱ আৰক্ষীৰ
1991 চনত বলৱন্ত সিং মুলতানী সন্ধানহীন ঘটনাৰ অনুসন্ধানত যোগদানৰ বাবে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান সুমেধ সিং চাইনীক চমন জাৰি কৰিছে পাঞ্জাৱ আৰক্ষীয়ে ৷ আজি দিনৰ 11 বজাত মাতাউৰ আৰক্ষী চকীত বিশেষ অনুসন্ধানকাৰী দলৰ অনুসন্ধানত পুনৰ সহযোগ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক ৷
4. আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডত পঠিওৱা হ’ব আইএনএচ বিৰাটক আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডত পঠিওৱা হ’ব আইএনএচ বিৰাটক
বিশ্বৰ সবাতোকৈ পুৰণি যুদ্ধ জাহাজ আইএনএচ বিৰাট(INS Viraat)ক আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডলৈ পঠিওৱা হ’ব ৷ এই সমগ্ৰ কাৰ্যত প্ৰায় আঢ়ৈ ঘন্টা সময়ৰ প্ৰয়োজন হ’ব ৷
লগতে পঢ়ক-কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ